Checked elsewhere / Vishvas News

“মূৰৰ বিষৰ প্ৰতিকাৰ। আপোনাৰ কেতিয়াবা মূৰৰ বিষ হ’লে দুটা এছপিৰিণৰ সমান কামত দিয়া 10-12টা আমণ্ড খাব।”
Social media posts Claim dated 30 Apr 2022.
Vishvas News rated thisFALSE

What Vishvas News found

এছপিৰিণৰ তুলনাত আমণ্ড অধিক ভালকৈ কাম কৰে বুলি দাবী কৰা ভাইৰেল পোষ্টটো মিছা হয়। এনেকুৱা কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে, এছপিৰিণৰ সলনি আমণ্ড খালেও চলিব।

Their words, from the summary they publish with the rating.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.