“লিখিছে যে চৰকাৰে নিবনুৱা যুৱকসকলক প্ৰতি মাহে ৩৫০০ টকা দিব। প্ৰধানমন্ত্ৰী নিবনুৱা ভাট্টা আঁচনি 2022 ৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে, এই আঁচনিৰ অধীনত, নিবনুৱা যুৱক-যুৱতীসকলক প্ৰতি মাহে 3500 টকা দিয়া হ’ব। এই লিংকৰ সৈতে এই মুহূৰ্তত আপোনাৰ ম’বাইলৰ পৰা পঞ্জীয়ন কৰক।”
FB user Dheeraj tech
Claim dated 29 Jan 2022.
Vishvas News rated thisFALSE
What Vishvas News found
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই বা ইয়াৰ বাবে চৰকাৰে কোনো পঞ্জীয়ন প্ৰপত্ৰ জাৰি কৰা নাই। ভাইৰেল পোষ্টটো ভুৱা।
Their words, from the summary they publish with the rating.
In short
FB user Dheeraj tech made this claim around 29 January 2022. Vishvas News (India) looked into it and published its finding on 6 February 2022, 8 days later. Its rating was “FALSE”.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.