“দাবী কৰা হৈছে যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে আৰক্ষীক জাৰি কৰা নিৰ্দেশনাৰ পিছত, আৰক্ষীয়ে লকডাউন উলংঘনকাৰীসকলক ফুলৰ মালা পিন্ধাই আৰতি কৰিবলৈ লয় আৰু তেওঁলোকক যাবলৈ অনুমতি দিয়ে।”
Vishvas News says: মধ্যপ্ৰদেশৰ ৰেৱাৰ এবছৰ পুৰণি ভিডিঅ’ এতিয়া কিছু লোকে ভাইৰেল কৰি আছে।