“ব্ৰিটেইন মাতৃৰ জয় হওক।” এই ফটোখন অতি কষ্টেৰে পোৱা হৈছে, প্ৰতিটো ফোনলৈ এইখন যাব লাগে। সকলোৱে জানে দেশৰ বিশ্বাসঘাতক কোন। #যেতিয়া সমগ্ৰ দেশে ব্ৰিটিছৰ সৈতে যুঁজ দি আছিল, কিছুমান বিশ্বাসঘাতকে ইংলেণ্ডৰ ৰাণীক অভিবাদন জনাইছিল। শুনিছো যে তেওঁলোকৰ বংশধৰসকলে হেনো নিজকে দেশপ্ৰেমী বুলি কয়।”
Social media posts
Claim dated 16 Sep 2021.
Vishvas News rated thisFALSE
What Vishvas News found
বিশ্বাস নিউজৰ অনুসন্ধানৰ ভাইৰেল পোষ্টবোৰ ভুৱা বুলি প্ৰমাণিত হৈছিল। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। ছবিখন দুখন বেলেগ বেলেগ ছবি যোগ কৰি নিৰ্মাণ কৰা হৈছে।
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 16 September 2021. Vishvas News (India) looked into it and published its finding on 24 September 2021, 8 days later. Its rating was “FALSE”.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.