Checked elsewhere / Vishvas News

“৬৬ টা নকল ইভিএম মেচিন জব্দ কৰা হৈছে। ফে’চবুক ইউজাৰে এই বাতৰিটো পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ সৈতে সংযুক্ত কৰি ভাইৰেল কৰিবলৈ লৈছে।”
Social media posts Claim dated 12 Mar 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰ কৰাৰ বাবে অনুসন্ধান আৰম্ভ কৰে। এই অনুসন্ধানতে আমি জানিব পাৰো যে এয়া এক ভুৱা পোষ্ট। ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত এটা পুৰণি বাতৰিৰ কাটিং শেহতীয়াকৈ ইচ্ছাকৃতভাৱে ভাইৰেল কৰি থকা হৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 12 March 2021. Vishvas News (India) looked into it and published its finding on 25 March 2021, 13 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.