Checked elsewhere / Vishvas News

“ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকইটৰ এখন ছবি শ্বেয়াৰ কৰা হৈছে আৰু ৰাজস্থানত তেওঁৰ মুখখন ক’লা হোৱা বুলি দাবী কৰা হৈছে।”
FB User - Mukesh Patel Claim dated 7 Apr 2021.
Vishvas News rated thisMISLEADING

What Vishvas News found

উপসংহাৰ – Vishvas News এ নিজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। ভাইৰেল হোৱা ফটোখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ফটোখনত ৰাকেশ টিকাইটৰ মুখমণ্ডলত ক’লা ৰং সনা নাছিল। অৱশ্যে এই কথা সত্য যে ৰাকেই টিকাইটৰ সমদলৰ ওপৰত বিগত ২ এপ্ৰিল তাৰিখে ৰাজস্থানৰ আলৱাৰ জিলাৰ তটাৰপুৰত আক্ৰমণ সংঘটিত হৈছিল। কিন্তু এই ফটোখনৰ সৈতে সেই ঘটনাৰ কোনো সম্পৰ্ক নাই।

Their words, from the summary they publish with the rating.

In short

FB User - Mukesh Patel made this claim around 7 April 2021. Vishvas News (India) looked into it and published its finding on 10 April 2021, 3 days later. Its rating was “MISLEADING”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.