Checked elsewhere / Vishvas News

“কেৰালাত মুছলমান পিতৃ-মাতৃয়ে কন্যাক সনাতনী ল'ৰাৰ লগত বিয়া কৰাই দিলে...হিন্দু ঘৰত নিৰাপদে থাকিব কন্যা..!!”
Vishvas News rated thisMISLEADING

What Vishvas News found

উপসংহাৰ : Vishvas News এ নিজস্ব অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। এই ভাইৰেল ফটো ২০২০ চনৰ। এটা মুছলমান দম্পতীয়ে তুলি লোৱা এগৰাকী হিন্দু ছোৱালীৰ বিবাহ এগৰাকী হিন্দু যুৱকৰ সৈতে এটা মন্দিৰত সম্পন্ন কৰোৱা হৈছিল।

Their words, from the summary they publish with the rating.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.