“হিমাচল প্ৰদেশত, মাণ্ডিকে ধৰি তিনিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থীৰ এখন তালিকা ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু ইয়াৰ সৈতে দাবী কৰা হৈছে যে দলটোৱে মাণ্ডি লোকসভা আসনৰ পৰা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।”
What Vishvas News found
বিশ্বাস বাতৰিৰ তদন্তত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছিল। বিজেপিৰ নামত ভাইৰেল হৈ থকা প্ৰাৰ্থীৰ তালিকাখন, য’ত মাণ্ডি আসনৰ পৰা কংগনা ৰাণাৱটক প্ৰাৰ্থীত্ব প্ৰদানৰ কথা উল্লেখ কৰা হৈছে, সেইখন সম্পাদনা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ব্ৰিগেডিয়াৰ খুশাল ঠাকুৰকহে মাণ্ডি বিধানসভা আসনৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 9 October 2021. Vishvas News (India) looked into it and published its finding on 9 October 2021. Its rating was “FALSE”.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.