Checked elsewhere / Vishvas News

“প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেতা মনমোহন সিঙৰ সৈতে জড়িত কিছু পোষ্ট ভাইৰেল হৈ পৰিছে। তেওঁৰ ফটো ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে মনমোহন সিঙৰ মৃত্যু হৈছে।”
Social media posts Claim dated 28 Oct 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্ব নিউজে পৰীক্ষা কৰিছে ভাইৰেল পোষ্টটো। আমি জানিব পাৰিলো যে মনমোহন সিঙৰ মৃত্যুৰ সকলো ভাইৰেল পোষ্ট ভুৱা। দিল্লীৰ এইমছত ডেংগুৰ চিকিৎসাধীন হৈ আছে। ইতিমধ্যে তেওঁৰ অৱস্থা ভাল।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 28 October 2021. Vishvas News (India) looked into it and published its finding on 28 October 2021. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.