Checked elsewhere / Vishvas News

“ভাৰতত দিনৰ পোহৰত হত্যা প্ৰজ্ঞা মিশ্ৰক কাৰণ তাই কৰ্ণাভাইৰাছৰ যুগত কুম্ভ মেলাৰ কথা বাতৰিত কৈ আছিল”
Social media posts Claim dated 18 Apr 2021.
Vishvas News rated thisFALSE

What Vishvas News found

উপসংহাৰঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ভিডিঅ’ আৰু সাংবাদিক প্ৰজ্ঞা মিশ্ৰ সংক্ৰান্তীয় দাবী মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ইয়াৰ পূৰ্বেও আন এটা সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হৈছিল। শেহতীয়াকৈ দিল্লীত সংঘটিত এটা অপৰাধমূলক ঘটনাৰ ভিডিঅ’ পুনৰ এবাৰ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 18 April 2021. Vishvas News (India) looked into it and published its finding on 21 April 2021, 3 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.