“অসমত শনিবাৰে নিশা গৰু চুৰিৰ মিছা অভিযোগ উত্থাপন কৰি এজন ২৮ বছৰীয়া মুছলমান যুৱকক হিন্দুত্ববাদী দলে প্ৰহাৰ কৰি হত্যা কৰে।”
Social media posts
Claim dated 14 Jun 2021.
Vishvas News rated thisFALSE
What Vishvas News found
ছ’চিয়েল মিডিয়াত দাবী কৰাৰ দৰে তিনিচুকীয়াত গণপ্ৰহাৰত মৃত্যু হোৱা লোকগৰাকী মুছলমান সম্প্ৰদায়ৰ নহয় আৰু তেওঁৰ বয়স ২৮ নহয় ৩৪ হে।
Their words, from the summary they publish with the rating.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.