Checked elsewhere / Vishvas News

“ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত এটা ভিডিঅ’ দেখা যায়, য’ত কমলা আৰু নেমুৰে এটা ভগৱান গণেশৰ মূৰ্তি প্ৰস্তুত কৰা হৈছে। পোষ্টটো হ’লেণ্ডৰ গণেশ উৎসৱৰ এটা ভিডিঅ’ বুলি দাবী কৰা হৈছে।”
Social media posts Claim dated 30 Sep 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে ভিডিঅ’টো প্ৰকৃততে ২০১৮ চনত ফ্ৰান্সৰ এটা অনুষ্ঠানৰহে, হ’লেণ্ডৰ নহয়।

Their words, from the summary they publish with the rating.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.