Checked elsewhere / Vishvas News

“ইয়াৰ লগতে ফটোত লিখা হৈছে যে দিল্লীত প্ৰথমবাৰৰ বাবে পানীত চলিব পৰা বাছ মুকলি কৰা হৈছে।”
Social media posts Claim dated 15 Jul 2021.
Vishvas News rated thisMISLEADING

What Vishvas News found

২০২১ চনৰ ১৩ জুলাইত দিল্লীৰ মিণ্টো ৰোডত বৰষুণৰ পানী জমা হোৱা নাছিল, কিন্তু এতিয়া বিভিন্ন লোকে ছ’চিয়েল মিডিয়াত এবছৰ পুৰণি এখন ফটো শ্বেয়াৰ কৰি এতিয়াৰ বুলি দাবী কৰিছে। এই পোষ্টটো আমাৰ অনুসন্ধানত বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 15 July 2021. Vishvas News (India) looked into it and published its finding on 15 July 2021. Its rating was “MISLEADING”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.