“এয়া হৈছে ভাৰতৰ প্ৰকৃত বিশ্বাসঘাতক, গুজৰাটৰ বাসিন্দা আহমেদাবাদৰ বাসিন্দা। ইয়াক ইমান ভাইৰেল কৰক যে তেওঁলোক পাকিস্তানত থকা পিতৃগহলৈ যেন গুচি যায়।”
What Vishvas News found
ভাৰত-পাকিস্তানৰ খেলৰ পিছত ভাইৰেল হোৱা ভিডিঅ’টো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ প্ৰমাণিত হৈছে। দৰাচলতে, ২০১৯ চনৰ এখন খেলৰ সময়ত এগৰাকী মহিলাই পাকিস্তানৰ সমৰ্থনত শ্ল’গান দিছিল। এতিয়া কিছুমান ছ’চিয়েল মিডিয়া ইউজাৰে ইয়াক শেহতীয়া বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে।_x000D_ _x000D_
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 28 October 2021. Vishvas News (India) looked into it and published its finding on 7 November 2021, 10 days later. Its rating was “MISLEADING”.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.