“পোষ্টটোত দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগে আগন্তুক ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।”
What Vishvas News found
বিশ্বাস নিউজে ভাইৰেল দাবীটোৰ তদন্ত কৰিছিল আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণ কৰছে। তদন্তত, আমি জানিব পাৰিছিলো যে নিৰ্বাচন আয়োগে এতিয়ালৈকে ২০২২ চনৰ বাবে পঞ্জাৱ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। উল্লেখ্য যে ২৭ মাৰ্চ, ২০২২ তাৰিখটো নিৰ্বাচনৰ তাৰিখ নহয়, বৰঞ্চ পঞ্জাৱ চৰকাৰৰ কাৰ্যকালৰ অন্তিম তাৰিখহে।
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 25 October 2021. Vishvas News (India) looked into it and published its finding on 25 October 2021. Its rating was “FALSE”.
Where the claim appeared
- Facebook posthttps://www.facebook.com/punjabnewsagency.666/photos/a.2249276275292341/3123482371205056/
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.