“এটা গুৰুত্বপূৰ্ণ ঘোষণা যে ছেপ্টেম্বৰৰ পৰা বিদ্যালয়বোৰ খোলা নহ’ব। ৰাজ্যখনত কোভিডৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণ নোহোৱা বাবে বিদ্যালয় খোলাৰ সময় নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে, অধিক বিৱৰণ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।”
Social media posts
Claim dated 29 Aug 2021.
Vishvas News rated thisFALSE
What Vishvas News found
বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নামত বিদ্যালয় বন্ধ সন্দৰ্ভত ভাইৰেল হোৱা পোষ্টটো ভুৱা। ড. হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল @himantabiswa হে, @Himantabiswa নহয়।
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 29 August 2021. Vishvas News (India) looked into it and published its finding on 29 August 2021. Its rating was “FALSE”.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.