Checked elsewhere / Vishvas News

“সীমান্তত (আনকি ইৰাকৰ বাহিৰতো) টাইগ্ৰিছ নদীত খননৰ সময়ত পোৱা ভগৱান নৰসিংহৰ ৩০০০ টা তুৰস্ক-চিৰিয়া বছৰীয়া মূৰ্তি।”
Social media posts Claim dated 19 Apr 2021.
Vishvas News rated thisFALSE

What Vishvas News found

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে এই মূৰ্তি ইণ্ডোনেছিয়াৰ এক হিন্দু মন্দিৰৰহে। এই মূৰ্তি তুৰ্কী-ছিৰিয়াৰ সীমান্তত হোৱা খননকাৰ্যত লাভ কৰা নাই।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 19 April 2021. Vishvas News (India) looked into it and published its finding on 19 April 2021. Its rating was “FALSE”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.