“ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গুজৰাটৰ ভালচাদৰ ডিপিএছ স্কুল ৰাজবাগত অধ্যাপনা কৰা শিক্ষক চাকিল আহমেদ আনছাৰীয়ে আপত্তিজনক ভাষা ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপমান কৰিছে।”
Social media posts
Claim dated 12 Oct 2021.
Vishvas News rated thisFALSE
What Vishvas News found
পিছে, বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা ভিডিঅ’টো ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বাৰাণসীত হোৱা প্ৰতিবাদথলীৰহে, এতিয়া এই ভিডিঅ’টো শেহতীয়া বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।
Their words, from the summary they publish with the rating.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.