Checked elsewhere / Vishvas News

“মুছলমানসকল জন্মগত সন্ত্ৰাসবাদী নহয়। তেওঁলোকক মাদ্ৰাছাত কোৰাণ শিকোৱা হয়, সেই অনুসৰি তেওঁলোকে নিৰ্দ্দিষ্টকৈ হিন্দু, বৌদ্ধ, শিখ, খ্ৰীষ্টান, ইহুদী আৰু অন্যান্য অ-মুছলমানসকলক হত্যা কৰে। সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ভাৰতত সক্ৰিয় হৈ থকা হাজাৰ হাজাৰ মাদ্ৰাছাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো অতি গুৰুত্বপূৰ্ণ’: ড০ এ পি জে আব্দুল কালাম।”
Social media posts Claim dated 25 Nov 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজৰ অনুসন্ধানত এই কথা স্পষ্ট হৈ পৰিছে যে এ পি জে আব্দুল কালামে কেতিয়াও এনে কোনো মন্তব্য কৰা নাছিল। এইটো এটা ভুৱা বিবৃতি যিটো তেওঁৰ নামত ভাইৰেল কৰা হৈছে।_x000D_ _x000D_

Their words, from the summary they publish with the rating.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.