Checked elsewhere / Vishvas News

“ৰাৱণৰাজত, পেট্ৰ’লৰ বৰ্ধিত মূল্যই জনসাধাৰণৰ ধৈৰ্য্যৰ বান্ধ ছিগা আৰম্ভ কৰিছে।”
FB user saddam qureshi Claim dated 24 Jun 2021.
Vishvas News rated thisFALSE

What Vishvas News found

পেট্ৰ’ল পাম্পত ধ্বংসযজ্ঞৰ এই ভিডিঅ’টো বিশ্বাস নিউজৰ অনুসন্ধানত মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো পুৰীৰ এটা পুৰণি ঘটনাৰ সৈতে জড়িত। এটা পেট্ৰ’ল পাম্পত পেট্ৰ’ল চুৰিৰ অভিযোগ উত্থাপিত হৈছিল যাৰ পিছত উত্তেজিত জনতাই ইয়াক লণ্ডভণ্ড কৰিছিল। শেহতীয়া তেলৰ মূল্যবৃদ্ধিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Their words, from the summary they publish with the rating.

In short

FB user saddam qureshi made this claim around 24 June 2021. Vishvas News (India) looked into it and published its finding on 9 July 2021, 15 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.