“টা ভিডিঅ’ ছচিয়েল মিডিয়াত এটা শিলৰ ওপৰত চকু ৰাখি ভাইৰেল হৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাইজে দাবী কৰিছে যে কৰ্ণাটকৰ হুবলিৰ নাল্লাম্মা দেৱীয়ে চকু মুকলি কৰিছে।”
Social media posts
Claim dated 9 Oct 2021.
Vishvas News rated thisFALSE
What Vishvas News found
বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। প্ৰকৃত ভিডিঅ’টো ২০১৯ চনৰ, যেতিয়া ৰে’লৱেসম্পত্তিত অৱস্থিত এটা সৰু মন্দিৰ বচাবলৈ, হুবলিৰ মন্টুৰ ৰোডৰ কিছুবাসিন্দাই এটা “অলৌকিক ঘটনা” দেখুৱাবলৈ চেষ্টা কৰিছিল, যিটো অৱশেষত আৰক্ষীয়ে উন্মোচিত কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, নাল্লাম্মা দেৱীৰ প্ৰতিমূৰ্তিত প্লাষ্টিকৰ চকু ৰখা হৈছিল।
Their words, from the summary they publish with the rating.
Where the claim appeared
- Facebook posthttps://www.facebook.com/watch/?v=265045422185979
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.