Checked elsewhere / Vishvas News

“ছোৱালীজনীয়ে তাইক ধৰ্ষণ কৰা দুটা অভিযুক্তক হত্যা কৰিছিল বুলি দাবী কৰা হৈছে।”
Social media posts Claim dated 23 Dec 2021.
Vishvas News rated thisMISLEADING

What Vishvas News found

বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল ছবিখনত দেখা ছোৱালীজনীক তাইৰ হ’বলগীয়া স্বামী বি ভি গিৰীশৰ হত্যাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ফাষ্ট ট্ৰেক আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰিছে আৰু ফাষ্ট ট্ৰেক আদালতৰ ৰায়টো কৰ্ণাটক উচ্চ ন্যায়ালয়েও বজাই ৰাখিছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 23 December 2021. Vishvas News (India) looked into it and published its finding on 24 December 2021, 1 day later. Its rating was “MISLEADING”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.