Checked elsewhere / Vishvas News

“ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা বিজ্ঞাপনত দাবী কৰা হৈছে যে গান্ধী জয়ন্তী উপলক্ষে আম আদমী পাৰ্টীয়ে এই বিজ্ঞাপন মুকলি কৰিছে। এটা সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনটোত অৰবিন্দ কেজৰিৱালৰ এখন ডাঙৰ ছবিৰ সৈতে মহাত্মা গান্ধীৰ এখন সৰু ছবি দেখা গৈছে।”
Social media posts Claim dated 6 Oct 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছে যে ভাইৰেল বিজ্ঞাপনটোৰ ছবিখন সম্পাদনা কৰা হৈছে আৰু এয়া ভুৱা, যিটো অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যৰে ভাইৰেল কৰা হৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 6 October 2021. Vishvas News (India) looked into it and published its finding on 6 October 2021. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.