Checked elsewhere / Vishvas News

“মুখত অক্সিজেন লৈ এগৰাকী মহিলাই এজন যুৱকৰ সৈতে বাইক চলাই আছে। ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ছবিখন ভাৰতৰ আৰু ইয়াক দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ত্ৰুটি হিচাপে শ্বেয়াৰ কৰা হৈছে।”
Social media posts Claim dated 19 Apr 2021.
Vishvas News rated thisFALSE

What Vishvas News found

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ছবিখনৰ দাবী মিছা বুলি প্ৰমাণিত হৈছে। বাইকত অক্সিজেনৰ সহায় লৈ বহি থকা এগৰাকী মহিলাৰ এই ছবিখন ভাৰতৰ নহয়। যদিও ভাৰততো কৰোনা ভাইৰাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু দেশৰ বহু ঠাইত অক্সিজেনৰ অভাৱ হোৱাৰ খবৰ পোৱা গৈছে, আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ছবিখন বাংলাদেশৰ বাৰিশাল চহৰৰহে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 19 April 2021. Vishvas News (India) looked into it and published its finding on 19 April 2021. Its rating was “FALSE”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.