Checked elsewhere / Vishvas News

“যে চীনৰ সৈতে ১৯৬২ চনৰ যুদ্ধৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুক জনৈক স্বামী বিদ্যানন্দ বিদেহে চৰিয়াইছিল।”
Social media posts Claim dated 24 Feb 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী ভুল বুলি প্ৰমাণিত হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৰ এই ফটোখন জানুৱাৰী ১৯৬২ চনৰ চীনা যুদ্ধৰ পূৰ্বে পাটনাত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত তোলা হৈছিল, পণ্ডিত নেহৰুৱে সেই অধিবেশনত সমবেত হোৱা জনসমাগমৰ অত্যন্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি যাওতে সুৰক্ষাকৰ্মীয়ে তেওঁক পিছফালৰ পৰা ধৰি ৰাখিছিল। পণ্ডিত নেহৰুৰ এই ফটোখনকে ছ’চিয়েল মিডিয়াত এটা মিছা দাবীৰে সৈতে শ্বেয়াৰ কৰি থকা হৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 24 February 2021. Vishvas News (India) looked into it and published its finding on 7 March 2021, 11 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.