Checked elsewhere / Vishvas News

“পোষ্টটোত এজন বৃদ্ধ ব্যক্তিৰ ছবি আছে আৰু ইয়াৰ ওপৰত এটা শিৰোনাম লিখা আছে আৰু ছবিখনৰ তলত একেটা শিৰোনাম উল্লেখ কৰা হৈছে। পোষ্টটোৰ সৈতে লিখা শিৰোনাম অনুসৰি, কেলিফৰ্ণিয়াৰ মানুহজনৰ ৮০০ টা সন্তান আছে।”
Social media posts Claim dated 20 Jan 2022.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত গম পাইছিল যে এইটো এটা প্ৰকৃত ঘটনা নহয় কিন্তু হাস্যৰসৰ উদ্দেশ্যে লিখা এটা কাল্পনিক প্ৰবন্ধৰ স্ক্ৰীণশ্বট আছিল। প্ৰবন্ধটো ‘ডেইলী নিউজ ৰিপ’ৰ্ট’ নামৰ এটা ৱেবছাইটত প্ৰকাশিত হৈছিল। এই ৱেবছাইটটোৱে কেৱল কাল্পনিক আৰু ব্যংগাত্মক কাহিনী প্ৰকাশ কৰে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 20 January 2022. Vishvas News (India) looked into it and published its finding on 20 January 2022. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.