Checked elsewhere / Vishvas News

“কোলাজটো শ্বেয়াৰ কৰি, ব্যৱহাৰকাৰীসকলে দাবী কৰে যে য়োহানিয়াক ভাৰতলৈ স্বাগতম জনোৱাৰ বাবে দিল্লী বিমানবন্দৰত ৪.৫ লাখৰো অধিক লোক উপস্থিত হৈছিল আৰু তেওঁক উপহাৰ দিছিল।”
Social media posts Claim dated 8 Oct 2021.
Vishvas News rated thisFALSE

What Vishvas News found

যেতিয়া বিশ্বাস নিউজে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছিল, দেখিবলৈ পোৱা গৈছিল যে বিমানবন্দৰত থকা ভিৰৰ সৈতে ভাৰত বা য়োহানিৰ কোনো সম্পৰ্ক নাই। এই ছবিখন ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা টকিঅ’ বিমানবন্দৰৰ, যেতিয়া তাত হোৱা ধুমুহাৰ ফলত হাজাৰ হাজাৰ লোক বিমানবন্দৰত আবদ্ধ হৈ পৰিছিল।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 8 October 2021. Vishvas News (India) looked into it and published its finding on 8 October 2021. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.