Checked elsewhere / Vishvas News

“শিৱসেনাই এতিয়া টিপু চুলতানৰ জন্মদিনো উদযাপন কৰিব। কিছুমান ঠাইত লগোৱা এই সন্দৰ্ভত দিয়া পোষ্টাৰখনত গেৰুৱা ৰঙৰ সলনি সেউজীয়া ৰংৰ অংগবস্ত্ৰ পিন্ধা বালাচাহেব ঠাকৰেক দেখুওৱা হৈছে।”
Social media posts Claim dated 9 Nov 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি মূল পোষ্টাৰখন সম্পাদনা কৰা হৈছিল আৰু শিৱসেনাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যৰে ভাইৰেল কৰা হৈছিল। অনুসন্ধানটোত ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে।_x000D_ _x000D_

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 9 November 2021. Vishvas News (India) looked into it and published its finding on 1 December 2021, 22 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.