“মণিপুৰ সঙ্কট সন্দৰ্ভত, আজিৰ তাৰিখলৈ মোৰ দেখা এটা দুখৰ আৰু আটাইতকৈ বেদনাদায়ক ছবি। শীঘ্ৰেই শান্তি ঘুৰি আহক #মাতৃত্ব #মণিপুৰদহন #মণিপুৰহিংসা #মণিপুৰ_হিংসা #মণিপুৰদাঙ্গা #মণিপুৰতজুই #মণিপুৰজ্বলিছে”
Social media posts
Claim dated 28 Jun 2023.
Vishvas News rated thisFALSE
What Vishvas News found
শিশুক দুগ্ধপান কৰাই থকা আহত মহিলাৰ ছবি, যিটোক বৰ্তমানে মণিপুৰত চলি থকা হিংসাৰ লগত সম্পৰ্কিত বুলি দাবি কৰা হৈ আছে, সেয়া পুৰণি এখন ছবি আৰু এয়া 2021-ৰ পৰা অনলাইনত বিভিন্ন পোষ্টত দেখা পোৱা গৈছে; আৰু সেইহে ইয়াৰ মণিপুৰত বৰ্তমানে চলি থকা কাজিয়াৰ লগত কোনো সম্পৰ্ক নাই।
Their words, from the summary they publish with the rating.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.