Checked elsewhere / Vishvas News

“যে ইয়াত দেখা ব্যক্তিগৰাকী কোম্পানীটোৰ স্বত্ত্বাধিকাৰী মহম্মদ মেনল, যিয়ে উপাৰ্জনৰ ১০% জেহাদৰ বাবে প্ৰদান কৰি আহিছে”
Social media posts Claim dated 3 Mar 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট পূৰ্বেও এবাৰ পৰীক্ষা কৰিছিল। এই পৰীক্ষাত আমি লাভ কৰা তথ্য অনুসৰি এই পোষ্টটো ভুৱা। ফটোত দেখা লোকগৰাকী মহম্মদ মেনল নহয়, এই লোকগৰাকী কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ফিলিপ হেডেন। উল্লেখ্য যে কোম্পানীটোৰ প্ৰতিষ্ঠাপক হমম্মদ মেনলৰ কেবাবছৰ পূৰ্বেই মৃত্যু হৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 3 March 2021. Vishvas News (India) looked into it and published its finding on 4 March 2021, 1 day later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.