Checked elsewhere / Vishvas News

“উত্তৰ প্ৰদেশত 'ভোট' বিচৰা বিজেপিৰ লোকক দিনৰ পোহৰত ভোজপুৰী গায়ক নিৰাহুৰ শৈলীত প্ৰহাৰ কৰা হৈছে, গোডী সংবাদ মাধ্যমে কয় কেৱল যোগীহে আহিব?”
FB User Patel Vijay Verma Claim dated 28 Jan 2022.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজৰ অনুসন্ধানত, উত্তৰ প্ৰদেশৰ নামত ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। পশ্চিম বংগত এজন বিজেপি নেতাৰ ওপৰত হোৱা আক্ৰমণৰ এটা পুৰণি ভিডিঅ’ এতিয়া উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোগ দি কিছু লোকে ভাইৰেল কৰি তুলিছে।

Their words, from the summary they publish with the rating.

In short

FB User Patel Vijay Verma made this claim around 28 January 2022. Vishvas News (India) looked into it and published its finding on 3 February 2022, 6 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.