Checked elsewhere / Vishvas News

“বিশ্বৰ প্ৰথমখন ৰে’ল আৰম্ভ হৈছিল ২৪-ডিচেম্বৰ-১৮০৯ তাৰিখে (প্ৰায় ২১১ বছৰ আগতে)। এই ভিডিঅ'টো চোৱাৰ যোগ্য। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁলোকৰ যাত্ৰাৰ সময়ত কিছুমান আকৰ্ষণীয় পৰিঘটনা ঘটিছিল।”
Social media posts Claim dated 30 Jun 2021.
Vishvas News rated thisFALSE

What Vishvas News found

উপসংহাৰ – ১৮০৯ চনত চলা বিশ্বৰ প্ৰথম ৰে’ল বুলি ভাইৰেল হোৱা ভিডিঅ’টো প্ৰকৃততে ‘Our Hospitality নামৰ এখন নিৰ্বাক ছবিৰহে দৃশ্য। ভাইৰেল ভিডিঅ’ৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভুৱা।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 30 June 2021. Vishvas News (India) looked into it and published its finding on 3 July 2021, 3 days later. Its rating was “FALSE”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.