Checked elsewhere / Vishvas News

“অসমত ৭-৮ প্ৰাবল্যৰ ভূমিকম্পৰ সম্ভাৱনা আছে।”
Social media posts Claim dated 29 Apr 2021.
Vishvas News rated thisMISLEADING

What Vishvas News found

উপসংহাৰ – হিন্দুস্তান টাইমছৰ এক পুৰণি বাতৰিৰ স্ক্ৰীণশ্বট ভুৱা দাবীৰে বাইৰেল কৰি থকা হৈছে। বিশ্বাস নিউজৰ অনুসন্দানত এই কথা পোহৰলৈ আহিছে যে হিন্দুস্তান টাইমছৰ এটা ৱেব প্ৰতিবেদন, য’ত অসমত শুক্ৰবাৰে ৭-৮ প্ৰাবল্যৰ এক ভুমিকম্প অহাৰ কথা উল্লেখ কৰা হৈছে, যিটো এক ১৫ বছৰ পুৰণি বাতৰি আৰু ইয়াৰ সৈতে অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ কোনো সংগতি নাই।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 29 April 2021. Vishvas News (India) looked into it and published its finding on 29 April 2021. Its rating was “MISLEADING”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.