“মোডী চৰকাৰে আশা কৰা ধৰণে দিলে, এতিয়া প্ৰতিজন ধৰ্ষণকাৰীক ফাঁচী দিয়া হ’ব, ৰাষ্ট্ৰপতিয়ে অনুমোদন দিলে অধ্যাদেশ”
What Vishvas News found
বিশ্বাস নিউজৰ অনুসন্ধানত সকলো ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ আইনৰ দাবী মিছা বুলি তথ্য লাভ কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে সকলো ধৰ্ষণকাৰীকে ফাঁচী দিয়া সম্পৰ্কীয় এনে কোনো অধ্যাদেশ গৃহীত কৰা নাই। বিশেষজ্ঞ আৰু বিদ্যমান আইন অনুসৰি, কেৱল ১২ বছৰৰ তলৰ ছোৱালীক ধৰ্ষণ বা ধৰ্ষণৰ বিৰল ঘটনাতহে মৃত্যুদণ্ড প্ৰদান কৰা হয়।
Their words, from the summary they publish with the rating.
In short
FB User vivek made this claim around 20 June 2021. Vishvas News (India) looked into it and published its finding on 23 June 2021, 3 days later. Its rating was “FALSE”.
Where the claim appeared
- Saved copy of the posthttps://archive.md/ftHq7
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.