“কিস্তান জিন্দাবাদৰ শ্ল‘গান দিয়াৰ বাবে তেওঁলোকক উত্তৰ প্ৰদেশ চৰকাৰে আটক কৰিছে আৰু উত্তম-মধ্যম শোধাইছে, লগতে একাধিক ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ জয় মাননীয় মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশ চৰকাৰ, জয় যোগী বাবা জয়, জয় শ্ৰী ৰাম”
Social media posts
Claim dated 29 Oct 2021.
Vishvas News rated thisFALSE
What Vishvas News found
বিশ্বাস নিউজৰ অনুসন্ধানত উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ’ তথা পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ থকা এটা ভিডিঅ’ উত্তৰ প্ৰদেশৰ বুলি কিছুমান লোকে ভাইৰেল কৰিছে।_x000D_ _x000D_
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 29 October 2021. Vishvas News (India) looked into it and published its finding on 3 November 2021, 5 days later. Its rating was “FALSE”.
Where the claim appeared
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.