Checked elsewhere / Vishvas News

“এইগৰাকী #উৰ্ফীজাভেদ, #জাভেদআখতাৰৰ নাতিনী। #মুম্বাই বিমানবন্দৰত তেওঁক কি সাজ পৰিধান কৰি থকা দেখা গৈছে চাওক। জাভেদ আখতাৰে #শ্বৰিয়ত আৰু ভয়ৰ কথা কয় আৰু সকলোকে জ্ঞান বিলাই ফুৰে। বাকী উৰ্ফীয়ে সম্পূৰ্ণ #পাকিস্তান দেখুৱাই ফুৰিছে, #শ্বৰিয়তক প্ৰত্যাহ্বান দি আহিছে 🤭🙄🙄 #তালিবানপ্ৰেমী, #এইগৰাকীয়ে শ্বৰিয়ত আইন অনুসৰি শাস্তি পাব লাগে #পোষ্টটোৰ বাবে ক্ষমা বিচাৰিছোঁ”
Social media posts Claim dated 8 Sep 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। শ্বাবানা আজমীয়ে টুইটযোগে এই কথা নিশ্চিত কৰিছে যে উৰ্ফী জাভেদৰ সৈতে জাভেদ আখতাৰৰ কোনো সম্পৰ্ক নাই।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 8 September 2021. Vishvas News (India) looked into it and published its finding on 16 September 2021, 8 days later. Its rating was “FALSE”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.