“নাৰ্ছগৰাকীয়ে এই বেজীটোত কেতিয়া ঔষধ ভৰাইছিল, সেয়া যদি কোনো অন্ধ ভক্তই দেখিছিল, তেন্তে আমাক নিশ্চয় জনাওক, আৰু এনেদৰেই উত্তৰ প্ৰদেশত টীকাকৰণ চলি আছে।”
Social media posts
Claim dated 13 Jul 2021.
Vishvas News rated thisFALSE
What Vishvas News found
ভেকছিন নভৰোৱাকৈ এজন যুৱকক খালী চিৰিঞ্জেৰে বেজী দিয়া ঘটনাৰ ভিডিঅ’ বিহাৰৰ ছপড়াৰ, যিটো বিভ্ৰান্তিকৰ দাবীৰে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল কৰা হৈছে।
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 13 July 2021. Vishvas News (India) looked into it and published its finding on 13 July 2021. Its rating was “FALSE”.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.