“একেবাৰে সত্য যে খোলা কেঁচা পিঁয়াজ (ৰঙা গাঢ় এটা) শিলৰ নিমখৰ সৈতে খোৱাৰ পিছত ১৫ মিনিটৰ পিছত মানুহ পজিটিভৰ পৰা নেগেটিভলৈ পৰিণত হৈছে।”
FB User - हाकिम पुजारा
Claim dated 23 Apr 2021.
Vishvas News rated thisFALSE
What Vishvas News found
উপসংহাৰ: পিঁয়াজ আৰু নিমখ খোৱাৰ ফলত ১৫ মিনিটৰ ভিতৰতে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি আৰু আৰোগ্য হ’ব পাৰি বুলি কৰা দাবী ভুৱা।
Their words, from the summary they publish with the rating.
Where the claim appeared
- Saved copy of the posthttps://archive.md/Q6njy
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.