Checked elsewhere / Vishvas News

“স্মৃতি ইৰাণীৰ বাৰাণসী ভ্ৰমণৰ সময়ত তীব্ৰ প্ৰতিবাদ হৈছিল কিন্তু সেয়া ‘গোডী মিডিয়া’ই বাতৰি হিচাপে পৰিৱেশন নকৰিলে।”
Social media posts Claim dated 14 Oct 2021.
Vishvas News rated thisMISLEADING

What Vishvas News found

বিশ্বাস নিউজৰ তদন্তত শেহতীয়াকৈ ভাইৰেল হোৱা স্মৃতি ইৰাণীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ’টো এবছৰ পুৰণি বুলি প্ৰমাণিত হৈছে। কিছু লোকে এই ভিডিঅ’টো এতিয়াৰ বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে। আমাৰ অনুসন্ধানত ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।_x000D_ _x000D_

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 14 October 2021. Vishvas News (India) looked into it and published its finding on 3 November 2021, 20 days later. Its rating was “MISLEADING”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.