Checked elsewhere / Vishvas News

“ইয়াৰ মাজতে তাৰকা অভিনেতা চনু ছুদ আৰু নৱজোৎ সিং সিদ্ধুৰ লগতে পাচগৰাকী লোকৰ এখন ফটো ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোৰ সৈতে দাবী কৰা হৈছে যে অভিনেতা চনু ছুদ আৰু তেওঁৰ ভগ্নী তথা পঞ্জাৱৰ সমাজকৰ্মী মালৱিকা ছুদে কংগ্ৰেছ দলত যোগ দিছে।”
Social media posts Claim dated 17 Jan 2022.
Vishvas News rated thisMISLEADING

What Vishvas News found

চনু সুদৰ ভগ্নী মালবিকা সুদ চাচাৰে পঞ্জাৱৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিছে। চলচ্চিত্ৰ অভিনেতা চনু সুদে কংগ্ৰেছত যোগদান কৰা নাই।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 17 January 2022. Vishvas News (India) looked into it and published its finding on 17 January 2022. Its rating was “MISLEADING”.

Where the claim appeared

Links recorded by Vishvas News. Some posts may have been deleted since.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.