“য’ত কোৱা হৈছে যে অসম চৰকাৰে ৩০ এপ্ৰিল, ২০২১ ৰ পৰা জুন মাহলৈ লকডাউন ঘোষণা কৰিছে।”
What Vishvas News found
আমি নিজৰ তৰফৰ পৰা অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল পোষ্টৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভুৱা আৰু বিভ্ৰান্তিকৰ। বিশ্বাস নিউজে সাপ্তাহিক কাকত GPlus ৰ জ্যেষ্ঠ সাংবাদিক বৰষা দাসৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ স্থাপন কৰে। তেওঁ স্পষ্ট কৰি কয় যে “এই ভাইৰেল পোষ্ট সম্পূৰ্ণৰূপে ভুৱা। এই নতুন পোষ্টটো বিগত ২৩ মাৰ্চ ২০২০ তাৰিখে প্ৰকাশিত বাতৰিৰ স্ক্ৰীণশ্বট সম্পাদনা কৰি ভুল তথ্যৰে ভাইৰেল কৰা হৈছে।”
Their words, from the summary they publish with the rating.
In short
This claim spread on social media around 26 February 2021. Vishvas News (India) looked into it and published its finding on 26 February 2021. Its rating was “FALSE”.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.