Checked elsewhere / Vishvas News

“এয়া ভাৰতৰ কুম্ভ মেলা। বিশ্বৰ সৰ্ববৃহৎ Covid19 Hotspot. ভাৰত চৰকাৰৰ মতে। ইয়াৰ দ্বাৰা Covid-19 নিৰাময় হ'ব”
Social media posts Claim dated 7 Apr 2021.
Vishvas News rated thisMISLEADING

What Vishvas News found

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত হৰিদ্বাৰ কুম্ভ মেলাক লৈ চলি থকা দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল ছবি ২০১৯ চনত অনুষ্ঠিত প্ৰয়াগৰাজ অৰ্ধকুম্ভৰ। অৱশ্যে এই কথা সত্য যে হৰিদ্বাৰ কুম্ভ এনে এক সময়তে আয়োজন কৰা হৈছে, যিটো সময়ত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰগতিত বৃদ্ধি পাইছে। কিন্তু হৰিদ্বাৰ কুম্ভৰ সৈতে এই ভাইৰেল ফটোখনৰ কোনো সম্পৰ্ক নাই।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 7 April 2021. Vishvas News (India) looked into it and published its finding on 13 April 2021, 6 days later. Its rating was “MISLEADING”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.