Checked elsewhere / Vishvas News

“পোষ্টত দাবী কৰা হৈছে যে বিগত ২২ জানুৱাৰী ২০২১ তাৰিখে WHO এ কৈছে যে এগৰাকী সুস্থ আৰু স্বাস্থ্যৱান লোকে চিকিৎসালয়ৰ বাহিৰত মাস্ক পৰিধান কৰাটো জৰুৰী নহয়।”
Social media posts Claim dated 4 Feb 2021.
Vishvas News rated thisFALSE

What Vishvas News found

বিশ্বাস নিউজৰ তৰফৰ পৰা কৰা অনুসন্ধানত এই ভাইৰেল বাৰ্তা ভুৱা বুলি জনা গ’ল। WHO ৰ মুখপাত্ৰই এই সন্দৰ্ভত কয় যে চিকিৎসালয়েই হওঁক অথবা হেল্থকেয়াৰৰ ভিতৰতেই হওঁক, মাস্ক পিন্ধাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা এতিয়াও স্পষ্ট আছে। এই নিৰ্দেশনা অনুসৰি জনসাধাৰণে মাস্ক পৰিধান কৰিব লাগে। বিশ্বাস নিউজে এনে কোনো প্ৰমাণ লাভ নকৰিলে যিয়ে এই কথা নিশ্চিত কৰিব পাৰে যে বিশ্ব স্বাস্থ্য সংস্থাই মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে।

Their words, from the summary they publish with the rating.

In short

This claim spread on social media around 4 February 2021. Vishvas News (India) looked into it and published its finding on 13 February 2021, 9 days later. Its rating was “FALSE”.

This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.