“ভাইৰেল ফটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে দেখা পোৱা শিশুটো ফ্লয়ডৰ কন্যা নহয়, ভুৱা দাবী ভাইৰেল”
Vishvas News says: Vishvas News ৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ আছিল। ছবিখন তোলা ফটোগ্ৰাফাৰে স্পষ্ট কৰি দিছে যে ফটোখনত থকা শিশুটো ফ্লয়ডৰ ছোৱালী নহয়।