“Do you know? There is a floating rock in Jerusalem. Our God is awesome.”
Vishvas News says: আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই ছবিখন ভুল। শিলটো বতাহত ওপঙি আছে বুলি দেখুৱাবলৈ এই ছবিখন ফটোশ্বপ কৰাৰ চেষ্টা কৰা হৈছে, আনহাতে শিলটো প্ৰকৃততে তিনিটা সৰু শিলৰ ওপৰত আছে। এই ছবিখন আনকি জেৰুজালেমৰ নহয়। এই ছবিখন চৌদি আৰৱৰ আল-টুই…