“আজি মমতাৰ ছাঁত কলকাতাত এই সমাৱেশ অনুষ্ঠিত হৈছে। কাইলৈ আমি যেতিয়া সমগ্ৰ দেশ ভ্ৰমণ কৰিম তেতিয়া কেৱল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীকহে স্মৰণ কৰা হ’ব।”
FB User Manjeet Pancholi
Claim dated 14 Jun 2021.
Vishvas News rated thisFALSE
What Vishvas News found
বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি কলকাতাৰ ভিডিঅ’ বুলি দাবী কৰা এই প্ৰতিবাদী সমদলৰ ভিডিঅ’টো আচলতে বাংলাদেশৰহে আৰু ৰোহিঙ্গীয়া মুছলমানসকলৰ গণহত্যাৰ প্ৰতিবাদত এই সমদল উলিওৱা হৈছিল।
Their words, from the summary they publish with the rating.
In short
FB User Manjeet Pancholi made this claim around 14 June 2021. Vishvas News (India) looked into it and published its finding on 15 June 2021, 1 day later. Its rating was “FALSE”.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.