Checked elsewhere

FB User Manjeet Pancholi

1 claim checked by other fact-checking organisations, from 2021 to 2021. The ratings are theirs, in their own words.

Checked by Vishvas News15 Jun 2021IndiaBengali
FB User Manjeet Pancholi

“আজি মমতাৰ ছাঁত কলকাতাত এই সমাৱেশ অনুষ্ঠিত হৈছে। কাইলৈ ​​আমি যেতিয়া সমগ্ৰ দেশ ভ্ৰমণ কৰিম তেতিয়া কেৱল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীকহে স্মৰণ কৰা হ’ব।”

Vishvas News rated this: FALSE

Vishvas News says: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি কলকাতাৰ ভিডিঅ’ বুলি দাবী কৰা এই প্ৰতিবাদী সমদলৰ ভিডিঅ’টো আচলতে বাংলাদেশৰহে আৰু ৰোহিঙ্গীয়া মুছলমানসকলৰ গণহত্যাৰ প্ৰতিবাদত এই সমদল উলিওৱা হৈছিল।