“আল্লাহ আকবৰ আল্লাহৰ শক্তি। মছজিদৰ আকছাত পূজা কৰি থকা এজন পেলেষ্টাইনী শ্বেখক ইজৰাইলৰ জিয়নিষ্টে গুলীয়াই হত্যা কৰে। আল্লাহৰ শক্তিত বুঢ়া আঙুলিৰ সমান ডাঙৰ জিয়নিষ্ট স্নাইপাৰৰ গুলী শ্বেখৰ মূৰত সোমাব পৰা নাছিল”
What Vishvas News found
আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। দৰাচলতে, এই ছবিখন ইৰাকৰ। মূৰত গুলী বিদ্ধ হোৱা ব্যক্তিজন হৈছে ইৰাকৰ শ্বেখ মহম্মদ ওবাইদ আল-ৰবি। ২০১৪ চনত ইৰাকী সৈন্য আৰু ইৰাকী ধৰ্মীয় গোটৰ মাজত সংঘৰ্ষৰ সময়ত শ্বেখ আল-ৰবিৰ মূৰত গুলী লাগিছিল। এই ছবিবোৰ সেই সময়ৰ। এই আলোকচিত্ৰসমূহৰ ইজৰাইলী আৰু পেলেষ্টাইনীসকলৰ মাজৰ সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।
Their words, from the summary they publish with the rating.
In short
FB User Au Ro made this claim around 3 June 2021. Vishvas News (India) looked into it and published its finding on 9 June 2021, 6 days later. Its rating was “FALSE”.
Where the claim appeared
- Saved copy of the posthttps://archive.fo/uxHxK
Links recorded by Vishvas News. Some posts may have been deleted since.
This check was done by Vishvas News, not by DoesItStand. We list it so you can find it. Their full evidence and reasoning are in their article.