“আল্লাহ আকবৰ আল্লাহৰ শক্তি। মছজিদৰ আকছাত পূজা কৰি থকা এজন পেলেষ্টাইনী শ্বেখক ইজৰাইলৰ জিয়নিষ্টে গুলীয়াই হত্যা কৰে। আল্লাহৰ শক্তিত বুঢ়া আঙুলিৰ সমান ডাঙৰ জিয়নিষ্ট স্নাইপাৰৰ গুলী শ্বেখৰ মূৰত সোমাব পৰা নাছিল”
Vishvas News rated this: FALSE
Vishvas News says: আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। দৰাচলতে, এই ছবিখন ইৰাকৰ। মূৰত গুলী বিদ্ধ হোৱা ব্যক্তিজন হৈছে ইৰাকৰ শ্বেখ মহম্মদ ওবাইদ আল-ৰবি। ২০১৪ চনত ইৰাকী সৈন্য আৰু ইৰাকী ধৰ্মীয় গোটৰ মাজত সংঘৰ্ষৰ সময়ত শ্বেখ আল-ৰবিৰ মূৰত গুলী লাগি…