Checked elsewhere / Sources

Fact Crescendo

Fact Crescendo is an Indian fact-checking organisation that publishes in several Indian languages and runs sites for other Asian countries.

Checked by Fact Crescendo13 Mar 2025IndiaBengali
Social media posts

“২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া জাফৰ এক্সপ্ৰেছ অপহৰণৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।”

Fact Crescendo rated this: False
Checked by Fact Crescendo11 Feb 2025IndiaBengali
Social media posts

“প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে।”

Fact Crescendo rated this: False
Checked by Fact Crescendo31 Jan 2025IndiaBengali
Social media posts

“অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনলৈ এজনো ইছলামধৰ্মী সাহিত্যিকক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি মিছা দাবীৰে বাতৰি প্ৰচাৰ কৰা হৈছে।”

Fact Crescendo rated this: False